AS

আৰআৰআৰ (চলচ্চিত্ৰ)

আৰআৰআৰ (ইংৰাজী: RRR) হৈছে এছ এছ ৰাজমৌলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন মুক্তি পাবলগীয়া তেলুগু ভাষাৰ চলচ্চিত্ৰ।[3] ইয়াত এন টি ৰামা ৰাও জুনিয়ৰ, ৰাম চৰণ তেজা, আলিয়া ভট্ট আৰু অলিভিয়া মৰিছ আছে।[4] ই ভাৰতৰ স্বাধীনতা সংগ্ৰামী আলুৰি সিতাৰাম ৰাজু আৰু কোমাৰাম ভীমৰ বিষয়ে এক কাল্পনিক কাহিনী যি ক্ৰমে হায়দৰাবাদৰ ব্ৰিটিছ ৰাজ আৰু নিজামৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।[5] চিনেমাখন ২০২১ চনৰ ১৩ অক্টোবৰত হিন্দী, কন্নড়, মালয়ালম আৰু তামিল ভাষাত মুক্তি পাব।[6][7][8]

২০২১ filmসাঁচ:SHORTDESC:২০২১ film

আৰআৰআৰ
পৰিচালক এছ এছ ৰাজমৌলী
সংলাপ কে ভি বিজয়েন্দ্ৰ প্ৰসাদ
চিত্ৰনাট্য এছ এছ ৰাজমৌলী
কাহিনী কে ভি বিজয়েন্দ্ৰ প্ৰসাদ
প্ৰযোজক ডি ভি ভি দানায়া
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী কে কে চেণ্ঠিল কুমাৰ
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক এম এম কেৰাবাণী
প্ৰযোজনা
কোম্পানী
মুক্তি
১৩ অক্টোবৰ ২০২১ (2021-10-13)
দেশ ভাৰত
ভাষা তেলুগু
বাজেট ₹৩৫০  ৪০০ কোটি[1][2]

. . . আৰআৰআৰ (চলচ্চিত্ৰ) . . .

. . . আৰআৰআৰ (চলচ্চিত্ৰ) . . .

This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

. . . আৰআৰআৰ (চলচ্চিত্ৰ) . . .

Back To Top