AS

অদিতি অশোক

অদিতি অশোক (ইংৰাজী: Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান।[1] তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২১ চনত টকিঅ’ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু গল্ফ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি […]

Continue Reading
AS

কমিক্‌ছ

কমিক্‌চ বা কমিক্‌ছ (ইংৰাজী: Comics; মূল গ্ৰীক ভাষাκωμικός, kōmikos “কমেডিৰ লগত জড়িত”, মূল শব্দ κῶμος – kōmos “revel, komos“,[1] via the Latincōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক’বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্‌চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্‌চ হ’ব পাৰে। সাধাৰণতে লিখিত […]

Continue Reading
AS

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

[[Category:Infobox road instances in সাঁচ:Country name]] পুৰণি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে, ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত), ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত), ২০ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত), আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত) চাওক। এন এইচ ৩১ পুৰণ্য 31 ৰাষ্ট্ৰীয় ঘাইপথ 31 সাঁচ:Maplink পথ তথ্য Part of সাঁচ:AHN-AH দৈৰ্ঘ্য *{{Redirect/MonthName}}, {{Redirect/MonthNumber}}, {{Redirect/AsYear}}, {{Redirect/EnYear}}) Major junctions […]

Continue Reading
AS

ৰমজান

ৰমজান (আৰবী: رمضانৰমাদ্বান, [ভিন্ন ৰূপ]) হ’ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে।[1]ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।[2][3][4] এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) […]

Continue Reading
AS

মহিলাৰ বিৰুদ্ধে হিংসা

মহিলাৰ বিৰুদ্ধে হিংসা (ইংৰাজী: Violence against women), যাক লিংগ-আধাৰিত হিংসা[1] আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়।[2] ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।[3] মহিলাৰ বিৰুদ্ধে হিংসাৰ এক দীঘলীয়া ইতিহাস আছে, যদিও সময়ৰ লগে লগে এনে ধৰণৰ হিংসাৰ ঘটনা […]

Continue Reading
AS

উৎপাদকৰ আচৰণৰ তত্ত্ব

উৎপাদকৰ আচৰণৰ তত্ত্বব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধাৰণতে, উৎপাদকে সেই পন্থা অৱলম্বন কৰে, যি পন্থাই তেওঁৰ জ্ঞানৰ আধাৰত, সৰ্বাধিক লাভ প্ৰদান কৰিব। সেয়ে উৎপাদকৰ বাছনি সমস্যাক এনেদৰে প্ৰকাশ […]

Continue Reading
AS

মানু

মানু এগৰাকী ভাৰতীয়অভিনেতা আৰু নৃত্যশিল্পী। সৰ্ণ কদল মান্নান (১৯৯৯) অভিনয়ৰ দ্বাৰা তেওঁৰ আত্মপ্ৰকাশ পোৱাৰ পিছিত মানু অভিনয় জীৱনক বাছি লৈছিল আৰু এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁৰ আবেগক আগবঢ়াই গৈ পাৰফৰ্মিং আৰ্টচ সংন্থা স্থাপন কৰে আৰু গোটেই বিশ্বত নৃত্য-গীতত অংশ লয়। ২০১১ চনত তেখেত অভিনেতা ৰজনীকান্তৰ যেতিয়া ছিংগাপুৰত অসুস্থ স্বাস্থ্যৰ পৰা পুনৰুদ্ধাৰত সহায় কৰাৰ সময়ত পুনৰুত্থিত হয়।[1][2] […]

Continue Reading
AS

শাৰদা সিনহা

শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত ‘হো দিননাথ’ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল। মৈথিলী লোকসংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী […]

Continue Reading
AS

টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠান

টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ শিৱসাগৰ জিলাৰ মৰাণহাটত অৱস্থিত টাই ভাষা শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানখন সম্পূৰ্ণ স্বায়ত্ত্ব শাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠান খনে টাই ভাষাৰ এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম আৰু তিনিমহীয়া তাই ভাষা কোৱা চাৰ্টিফিকেট পাঠ্যক্ৰম আগবঢ়ায়।[1][2] টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানখন ২০০১ চনত স্থাপন কৰা হৈছিল। টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপিত […]

Continue Reading
AS

তৰোৱাল নেজীয়া পখিলা

তৰোৱাল নেজীয়া পখিলা (ইংৰাজী: Spot Swordtail, বৈজ্ঞানিক নাম- Graphium nomius) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি। ইয়াৰ পাখিৰ দাঁতিত থকা স্পষ্ট বগা ফোঁটবোৰৰ বাবে ইয়াৰ ইংৰাজী নাম ‘Spot Swordtails’ ৰখা হয়। তৰোৱাল নেজীয়া পখিলা (Spot Swordtail) জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন জগৎ/ৰাজ্য: Animalia পৰ্ব: Arthropoda শ্ৰেণী: Insecta বৰ্গ: Lepidoptera পৰিয়াল: Papilionidae গণ: Graphium উপগণ: Pathysa প্ৰজাতি: […]

Continue Reading
Back To Top