মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা(ইংৰাজী: Maarksei Bojaaleneki Communismor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা। কিতাপখন উছৰ্গা কৰা অংশত কাৰ্ল মাৰ্ক্সৰ মূলমন্ত্ৰ এটা দিয়াৰ পিছত লেখকে এনেকৈ লিখিছে, “পৃথিৱীত শেষ সত্য বুলি কোনো কথা নাই- এই কথাষাৰক বিশ্বাস কৰা প্ৰতিজন […]
Category: AS
দীনবন্ধু (চলচ্চিত্ৰ)
দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত “যৌতুক” নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা “দীনবন্ধু” নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।[1] মুখ্য ভূমিকাত অভিনয় কৰা শিল্পীসকল আছিল তপন দাস, অৰুণ […]
নৰৱেজীয় (নিনৰ্স্ক) ৱিকিপিডিয়া
নৰৱেজীয় (নিনৰ্স্ক) ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নৰৱেজীয় (নিনৰ্স্ক) সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬০,০৪৮ প্ৰবন্ধ আছে। নৰৱেজীয় (নিনৰ্স্ক) ৱিকিপিডিয়া ইউ আৰ এল nn.wikipedia.org শ্লোগান মুক্ত বিশ্বকোষ বিজ্ঞাপন নহয় প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প পঞ্জীয়ন বৈকল্পিক ভাষা নৰৱেজীয় (নিনৰ্স্ক) স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন . . . নৰৱেজীয় (নিনৰ্স্ক) ৱিকিপিডিয়া . . . ২০২১ চনত নৰৱেজীয় ৱিকিপিডিয়াৰ ১,৬০,০৪৮ […]
মাৰ্গেৰিটা হেক
মাৰ্গেৰিটা হেক (ইংৰাজী: Margherita Hack, Italian: [marɡeˈriːta ˈ(h)ak], ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল। মাৰ্গেৰিটা হেক ২০০৬ চনত মাৰ্গেৰিটা হেক জন্ম ১২ জুন, ১৯২২ফ্লোৰেন্স, তুস্কেনি, ইটালী মৃত্যু ২৯ জুন, ২০১৩ (৯১ বছৰ)ট্ৰাইষ্টে, ফ্ৰিউলি-ভেনেজিয়া গিউলিয়া, ইটালী বাসস্থান […]
ভাৰতৰ জাতীয় পতাকা
ভাৰতৰ জাতীয় পতাকা (ইংৰাজী: National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে […]
চৰাই নিৰীক্ষণ
চৰাই নিৰীক্ষণ (ইংৰাজী: Bird Watching) হৈছে বন্যজীৱ নিৰীক্ষণৰ এক প্ৰকাৰ য’ত চৰাই-চিৰিকতি পৰ্যবেক্ষণ কৰা হয়। ই এক আজৰি সময়ৰ চখৰ লগতে বৈজ্ঞানিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আহিলা। চৰাইৰ মাত অনুসৰণ কৰি বা ৱেবকেমৰ নিৰ্দেশনা অনুসৰি খালি চকু বা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চৰাই নিৰীক্ষণ কৰা হয়।[1][2] এদল চৰাই পৰ্যবেক্ষক ছাত্ৰ- ছাত্ৰী . . . চৰাই নিৰীক্ষণ . […]
অমৃতা সুৰেশ
অমৃতা সুৰেশ (জন্ম: ২ আগষ্ট, ১৯৯০) হ’ল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ’ জ’কি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে। ৰেডিঅ’ সুনৌ নাইনটি ওৱান পইণ্ট চেভেনৰ সংগীত অনুষ্ঠান সুনৌ মেলডিজৰ তেওঁ এগৰাকী বিখ্যাত হস্তী। ২০১৪ চনত তেওঁ […]
প্ৰাক-ইতিহাস
প্ৰাক-ইতিহাস (ইংৰাজী: Prehistory)-ৰ অৰ্থ “ইতিহাসে ঢুকি পোৱাৰ আগৰ”। ‘মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: “before history”, অথবা “before knowledge acquired by investigation”) লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ ‘নথিভুক্ত তথ্য’ৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে ‘নথিভুক্ত তথ্য’ […]
দ্ৰুপদ বৰগোহাঁই
দ্ৰুপদ বৰগোহাঁই (ইংৰাজী: Drupad Borgogain; ৭ নৱেম্বৰ ১৯৪১ – ১০ এপ্ৰিল ২০১৯) ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা, অসম বিধানসভাৰ বিধায়ক, ৰাজ্যসভাৰ সাংসদ আৰু এগৰাকী শিক্ষক আছিল।[1] দ্ৰুপদ বৰগোহাঁই ৰাজ্যসভাৰ সাংসদ কাৰ্যকাল৩ এপ্ৰিল ১৯৯৮ – ২ এপ্ৰিল ২০১৪ সমষ্টি অসম ব্যক্তিগত তথ্য জন্ম ৭ নৱেম্বৰ, ১৯৪১শিৱসাগৰ, অসম, ভাৰত মৃত্যু ১০ এপ্ৰিল, ২০১৯ (৭৭ বছৰ) ৰাষ্ট্ৰীয়তা ভাৰতীয় […]
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (ইংৰাজী: Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ’ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।[1] ২০০৩ চনত অনুষ্ঠিত হোৱা ৫১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডছত এই চলচ্চিত্ৰখনে শিশুৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা (Best Children’s Film award) লাভ কৰে।[2][3] ২০০৪ filmসাঁচ:SHORTDESC:২০০৪ film তৰা চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট পৰিচালক জাহ্নু বৰুৱা সংলাপ […]